Back to home
Rhythm Of Bihu
Folk

Rhythm Of Bihu

D FRESHD FRESH
0 likes1 plays4:48
Style: Assamese Bihu dhol tal pepa
Learn to sing thisKaraoke with live pitch — get a score on every lineSing →

PRO & Creator Features

Unlock advanced AI features with Pro (Audio2Audio, Photo Covers, LoRA) or Creator (Voice Clone, Variations, Edit Sections, Stem Separation).

Audio2Audio Remix

Pro & Creator

Voice Clone

Creator

Create Variations

Creator only

Edit Sections

Creator only

Stem Separation

Creator only

Lyrics

▶ Play this song to follow along.

[Intro]

দোমাহী.... দোমাহী.....

মাঘৰে দোমাহী ঐ....

বাঁহ কাটো নৰা কাটো আহ...

বাঁহ কাটো নৰা কাটো আহ...

পথাৰৰ সিমূৰে....

মেজি সাজো...

সবে মিলি....

ডেকা বুঢ়া সকলোৱে চা.....

[Chorus]

বিহু গাই ধেমালি কৰোঁ কি খুৰিটি.....

বিহু গাই ধেমালি কৰোঁ।

বিহু গাই ধেমালি কৰোঁ কি খুৰিটি.....

বিহু গাই ধেমালি কৰোঁ।

[Verse 1]

নৈৰ পাৰে পাৰে ....

এ ভনী ৰহে দৈ....

মাছে মাৰো আহাগৈ...

দলনিৰে মাজত...

হেৰা বগলী...

হবা জানো লগৰী....

দিবা জানো...

দিবা জানো......

মৰমৰ মাত।

[Chorus]

বিহু গাই ধেমালি

কৰোঁ কি খুৰীটি......

বিহু গাই ধেমালি কৰোঁ।

বিহু গাই ধেমালি

কৰোঁ কি খুৰিটি.....

বিহু গাই ধেমালি কৰোঁ।

[Verse 2]

লচপচিয়া সাজেৰে ....

কলৈ যোৱা ৰহেদৈ....

আমাক এবাৰ

চোৱা ঐ....

খোজত বিৰিণা

মৰে ঐ ....

বিলৰ পাৰৰ বগৰী....

হবা জানো লগৰী....

দিবা জানো....

দিবা জানো ....

মৰমৰ মাত।

[Chorus]

বিহু গাই ধেমালি

কৰোঁ কি

খুৰীতি.....

বিহু গাই ধেমালি কৰোঁ।

বিহু গাই ধেমালি

কৰোঁ কি খুৰিটি.....

বিহু গাই ধেমালি কৰোঁ।

[Verse 3]

সাজোনে কাচোনে....

অ মোৰে লাহৰী....

দীপলিপ দেখিছে....

অ মোৰে লাহৰী....

থাকিবাদেই আঁতৰি

এবেলি দোমাহীত....

অ মোৰে লাহৰী....

শতৰু এ দেখিলে....

শতৰু অ দেখিলে ....

নিব চাবা টানি।

[Chorus]

বিহু গাই ধেমালি

কৰোঁ কি খুৰিতি....

বিহু গাই ধেমালি কৰোঁ।

বিহু গাই ধেমালি

কৰোঁ কি খুৰিটি.....

বিহু গাই ধেমালি কৰোঁ।

[Verse 4]

নিব মন আছিলে ...

তোকে ঐ পলুৱাই...

দেউতাৰে আগেৰে

ধূলি বালি উৰুৱাই...

সমনীয়া ই জোকাই...

মোক...

তোকে ঐ দেখুৱাই...

এবেলি মাঘতে ...

অ মোৰে লাহৰী...

হবা জানো...

হবা জানো...

মাৰে বোৱাৰী।

[Chorus]

বিহু গাই ধেমালি

কৰোঁ কি খুৰিতি....

বিহু গাই ধেমালি কৰোঁ।

বিহু গাই ধেমালি

কৰোঁ কি খুৰিটি.....

বিহু গাই ধেমালি কৰোঁ।

[Final Verse – Festive Celebration]

এ এ এ এ.....

মাঘৰে উৰুকাত

সাজি আমি মেজি

লগে ভাগে এসাঁজ খাও.....

এ এ এ এ ......

লগে ভাগে এসাঁজ খাও....

দোমাহীৰ পুৱাতে

মেজিৰ জুইক প্ৰণামো

তোক যেন মইহে পাওঁ .....

[Outro]

Comments(0)

Sign in to join the conversation.

No comments yet. Be the first to comment!