
Dulhan Remix Banami
PRO & Creator Features
Unlock advanced AI features with Pro (Audio2Audio, Voice Clone, Photo Covers, LoRA) or Creator (Variations, Edit Sections, Stem Separation).
Audio2Audio Remix
Pro & Creator
Voice Clone
Pro & Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
উৰ্মিলা উৰ্মিলা মোৰ মনৰ তৰা
মনৰে পথাৰত তুমি-
কিনো বিজ সিচি দিলা।
সপোনতে তুমি ঘনে ঘনে-
অজানিতে যেন মনে মনে-
আহি দিলা যে দেখা।
(১)
তোমাৰ মুখনি দেখা নাই
দুচকোলে মই চোৱা নাই,
হাতৰ পৰশো পোৱা নাই
তথাপি মৰম আছে সদায়,
সপোনতে তুমি ঘনে ঘনে -
অজানিতে যেন মনে মনে,
আহি দিলা যে দেখা ।
উৰ্মিলা উৰ্মিলা মোৰ মনৰ তৰা
মনৰে পথাৰত তুমি-
কিনো বিজ সিচি দিলা।
(২)
জীৱন বাটতে আছিলো ৰৈ
তোমাৰ সহাৰি পাবলৈ,
এখোজ দুখোজকৈ আগুৱাই গৈ
থমকি ৰলো হঠাতে মই,
সপোনতে তুমি ঘনে ঘনে-
অজানিতে যেন মনে মনে-
আহি দিলা যে দেখা ।
উৰ্মিলা উৰ্মিলা মোৰ মনৰ তৰা
মনৰে পথাৰত তুমি-
কিনো বিজ সিচি দিলা,
মনৰে পথাৰত তুমি-
কিনো বিজ সিচি দিলা।